1. Hey, just heard about your new job. Congratulations. I am really happy for you!
(হেই, আপোনাৰ নতুন চাকৰিৰ খবৰটো অলপতে শুনিলো. শুভেচ্ছা জ্ঞাপন কৰিলো. মই আপোনাৰ বাবে যথেষ্ট সুখী)
2. Congratulations on the success of your project. Wish you all the best for all your future endeavors as well.
(আপোনাৰ প্ৰ্জেক্টৰ সফলতাৰ বাবে আপোনাক অভিনন্দন. আপোনাৰ ভৱিষ্যতৰ সকলোবোৰ প্ৰয়াসৰ বাবে শুভকামনা জনালো. )
3. Elated to hear the new of the birth of your baby girl. Congratulations to you and your family!
(আপোনাৰ ছোৱালী জন্ম হোৱাৰ খবৰটো শুনি মই যথেষ্ট সুখী হৈছোঁ. আপোনাক আৰু আপোনাৰ পৰিয়ালক অভিনন্দন জনালো!)
4. Congratulations on winning the competition. I always knew you would do well! :)
(প্ৰতিযোগিতা জিকাৰ বাবে অভিনন্দন! মই সঁদায় জানিছিলো যে আপুনি ভাল প্ৰদৰ্শন কৰিব)
5. Congratulations on your promotion. You deserved it.
(পদোন্নতি লাভ কৰাৰ বাবে অভিনন্দন. আপুনি ইয়াৰ বাবে যোগ্য!)
6. I hear you got engaged. That is terrific news. Congrats!
(মই শুনিব পাইছো যে আপোনাৰ আঙুঠি পিন্ধোৱা হৈ গ’ল!এইটো খুবেই ভাল খবৰ!শুভেচ্ছা যাচিলো!)
7. How to reply when someone congratulates you: কেনেকৈ প্ৰত্যুত্তৰ দিব লাগে যেতিয়া কোনোবাই তোমাক অভিনন্দন জ্ঞাপন কৰে
Thank you so much for your wishes. That is really kind of you.
(আপোনাৰ শুভেচ্ছাৰ বাবে অশেষ ধন্যবাদ. এইটো আপোনাৰ মহত্বতা. )
8. Thanks a lot. I couldn't have done it without your support!
(বহুত ধন্যবাদ. আপোনাৰ সহায়ৰ অবিহনে মই এইটো কৰিব নোৱাৰিলোহেতেন)
9. Thank you so much. Your wishes mean a lot to me.
(বহুত ধন্যবাদ. আপোনাৰ শুভকামনাই মোৰ বাবে বহুত মহত্বপূৰ্ণ)
10. I really appreciate your wishes. Thank you!
(মই আপোনাৰ শুভকামনাবোৰক সন্মান জনাওঁ. ধন্যবাদ
11. Thanks a lot. I hope you will join the celebrations!
(ধন্যবাদ. আশা কৰোঁ যাতে আপুনি উৎসৱৰ অংশীদাৰ হয়)
Doubts on this article